Assam State Registration for Admission in Colleges and Universities for UG courses is open now. Necessary documents are to be uploaded. Both Registration and Profile completion are to be done.

Address

Ledo, Dist: Tinsukia (Assam)

Write Mail us

ledocollege@yahoo.co.in

Office Contact No.

03751225444

লিডু মহাবিদ্যালয়ৰ সংক্ষিপ্ত অগ্রগতি

 

২০০৩-০৪ বর্ষকালত মহাবিদ্যালয়খনক ডিব্ৰুগড় বিশ্ববিদ্যালয়ে অস্থায়ীভাৱে আৰু 2010 বৰ্ষত স্থায়ী অন্তর্ভুক্তকৰণ (Permanent Affiliation) কৰে।

মহাবিদ্যালয়খনে ইং ১৭ নৱেম্বৰ 2004 তাৰিখে অসম চৰকাৰৰ চূড়ান্ত সন্মতি (Final Govt. Concurrence)লাভ কৰে।

বিশ্ববিদ্যালয় অনুদান আয়োগে (UGC) ইং ২২ ছেপ্তেম্বৰ ২০০৬ তাৰিখে Act of 1956 2(1) আৰু ২০১১ বৰ্ষত 12 (B) অন্তর্ভুক্ত কৰে আৰু ২০১৪-১৫ শিক্ষাবৰ্ষত আয়োগে ছাত্রী নিবাস নিৰ্মাণৰ বাবে আগবঢ়োৱা বিত্তীয় অনুদানৰ নিৰ্মাণ কাৰ্য ২০ নৱেম্বৰ ২০১৭ চনত সম্পূর্ণ হয় আৰু ২০ জানুৱাৰী ২০১৮ তাৰিখে শুভ উন্মোচন কৰি ছাত্ৰীৰ বাবে প্ৰস্তুত কৰি তোলা হৈছে ।

যোৱা ১৪-০৮-২০১৩ চনৰ পৰা কাৰ্য্যকৰী হোৱাকৈ লিডু মহাবিদ্যালয়ক অসম চৰকাৰে প্ৰাদেশীকৃত হিচাপে স্বীকৃতি প্রদান কৰে।

প্রতি বছৰে মহাবিদ্যালয়খনে ধাৰাবাহিকভাৱে ৰাজ্যৰ ভিতৰতে চমকপ্রদ ফলাফল তথা সফলতা অর্জন কৰিবলৈ সক্ষম হৈছে। মাৰ্ঘেৰিটা মহকুমা আৰু তিনিচুকীয়া জিলাৰ ভিতৰতে এখন উন্নত মহাবিদ্যালয় হিচাবে স্বীকৃতি দি মহকুমা প্রশাসনে অধ্যক্ষক সম্বর্ধনা জনোৱাৰ লগতে মহাবিদ্যালয়খনলৈ মানপত্ৰ প্ৰদান কৰে।

অসম চৰকাৰৰ অনুদান ১১.৫০ (২০১৫-১৬) শ্ৰেণীকোঠা আৰু প্ৰেক্ষাগৃহ নির্মাণৰ বাবে লাভ কৰা হয় আৰু ইতিমধ্যে উপৰোক্ত নিৰ্মাণ কার্য সম্পূর্ণ হৈ উঠিছে। মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক শ্ৰীযুত মৃদুল দহোটীয়াই ২০১৭ বৰ্ষত ড° বি. আৰ. আম্বেদকাৰ (দলিত সাহিত্য একাডেমী) বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

APSC আৰু UPSC প্রশিক্ষণৰ বাবে SDO (C) Margherita ৰ নেতৃত্ব ‘PRAYAAS’ত লিডু মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্রী তথা ছাত্র-ছাত্রীয়ে সক্রিয় ভূমিকা আগবঢ়াই আহিছে।

NIRF (National Institutional Ranking Framework) AISHE (All India Survey on Higher Education) ও কৃতকার্যতাবে অংশগ্রহণ।

২০১৯ বৰ্ষত ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ন পৰিষদ (NAAC)ৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত।

LEDO COLLEGE- At a Glance

Ledo College was temporarily affiliated to
Dibrugarh university in the year 2003-04 and permanently affiliated in the year
2010.

The college got final concurrence by the
govt of Assam on 17th November 2005.

University Grant Commission included the
college in 2(f) on 22nd September 2006 and in 12(B) in the year 2013
under the UGC Act of 1956.

Girls’ hostel was sanctioned by UGC in the
year 2014-15, accordingly it was completed on 20th November 2017 and inaugurated
on 20th January 2018.

The college was provincialized by the Assam
Govt w.e.f.14-08-2013.

The college is able to show excellent
result in the state per year. Having been recognized as one of the best
colleges of the district, the Margherita sub-divisional administration
felicitated the principal and provided a certificate to the college.

A building with smart classroom and
auditorium is constructed with an amount of 99.50 lakh which was provided by
the govt of Assam.

Mridul Dohutia, assistant professor of Ledo
College, was able to achieve a national level award, Dr. B.R. Ambedkar Dalit
Sahitya academy award, in the year 2017 for his contribution in literature.

The teachers of Ledo College are actively
engaged in the coaching of civil service aspirant which was initiated by the Margherita
sub divisional administration in the name of ‘PRAYAAS’. Student of Ledo
College, Bikram Newar cracked state level civil service examination and now
working as ‘A Class’ bureaucrat under assam Govt.

The college participate in NIRF (National
Institutional Ranking Framework) every year.

The college was accredited by NAAC 
in the year 2019 and appreciated for the overall achievement.

 

 

 

error: Content is protected !!